বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ সাহিত্য আৰু সাংস্কৃতিক কোষৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত
ৰঙালী বিহু উদযাপন
স্থানঃ বীৰঝৰা কন্যা মহাবিদ্যালয় চৌহদ, বঙাইগাঁও, অসম
দিনাংকঃ ৯ ব’হাগ, ১৪৩২ ভাস্কৰাব্দ
(23rd April, 2025)
#birjhorakanyamahavidyalaya#bkmbongaigaon#BKMB#bkm
#bkmrongalibihu#bkmrongalibihu2025




