Birjhora Kanya Mahavidyalaya

জাননী
অহা 29th June, 2024 ইং তাৰিখে বীৰঝৰা কন্যা মহাবিদ্যালয়ত FYUGP BA 1st Year (1st Semester) ৰ SPOT ADMISSION লোৱা হব।
১) যদি কোনো ছাত্রীয়ে এতিয়ালৈকে 1st আৰু 2nd Merit list ত admission লোৱা নাই তেওঁলোকে উক্ত উল্লেখিত তাৰিখৰ (Spot Admission) ৰ দিনাখন নামভৰ্তি কৰিব পাৰিব।
২) যদি কোনো ছাত্রীয়ে বীৰঝৰা কন্যা মহাবিদ্যালয়ত Online Apply কৰা নাই, 29th June ৰ দিনাখন Apply কৰি নামভৰ্তি কৰিব পাৰিব।
৩) বেলেগ কলেজত Admission লোৱা কোনোবা ইচ্ছুক ছাত্রীয়ে যদি বীৰঝৰা কন্যা মহাবিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰে তেন্তে 29th June, 2024 ইং (Spot Admission) ৰ দিনা আমাৰ মহাবিদ্যালয়ত আহি নামভৰ্তি কৰিব পাৰিব।
অধিক জানিবলৈ আমাৰ ৱেবছাইটত যোগাযোগ কৰক।
লিংক – https://bkmac.in/
#birjhorakanyamahavidyalaya #bkmbongaigaon #BKMB #bkm #bkmadmission #bkmadmission2024_25

FYUGP (B.A.) 1st Year Admission

ADMISSION IN FYUGP (B.A.) SEMESTER - I

FOR THE SESSION 2025-26

The Samarth Admission Portal is Live Now for Registration.

Please Visit : https://assamadmission.samarth.ac.in/

Course and Admission Details will be uploaded shortly.

For More details Click Here

Contact : 9101664878, 9707778871

This will close in 20 seconds